ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ, বানৰ কৱলত ১৯ জিলাৰ ৬ লক্ষাধিক লোক....

assam flood

ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ
বানৰ কৱলত ১৯ জিলাৰ ৬ লক্ষাধিক লোক
৬৪ ৰাজহ চক্ৰ, ১,২৭৫ খনকৈ গাঁও বানৰ কৱলত
ক্ষতিগ্ৰস্ত ২৬,১৯৯.১৮ হেক্টৰ কৃষিভূমি
ক্ষতিগ্ৰস্ত ৪ লক্ষাধিক পশুধন
উজনি-নামনি সৰ্বত্ৰে প্ৰলয়ংকাৰী বান
নেৰানেপেৰা বৰষুণত বৃদ্ধি নৈ-উপনৈৰ জলপৃষ্ঠ
বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
ডিব্ৰুগড়, নিমাতীঘাট, ধনশিৰিমুখত বিপদসীমা অতিক্ৰম
নুমলীগড়তো বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ
ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ভাঙিলে মথাউৰি

Category