ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে ছিগিলে মাজুলীৰ কমলাবাৰী-জুগুনুধাৰী সংযোগী মথাউৰি....

majuli

মাজুলীত বানৰ ভয়ংকৰ ৰূপ ধাৰণ
ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে ছিগিলে মথাউৰি
ছিগিল কমলাবাৰী-জুগুনুধাৰী সংযোগী মথাউৰি
ঐতিহাসিক আউনিআটি সত্ৰলৈ তীব্ৰ ভাবুকি 
আউনিআটী সত্ৰৰ সমীপতে ছিগি যায় মথাউৰিটো
চকুৰ পচাৰতে উটুৱাই নিয়ে তিনিটাকৈ বাসগৃহ
বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁও জলমগ্ন
অঞ্চলবাসীৰ মাজত আতংকময় পৰিৱেশ
বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ অভিযোগ 
শ শ লোকৰ মাজত হাহাকাৰ অৱস্থা

Category