Kaziranga

কাজিৰঙাত পৰ্যটনত নতুন দিগন্ত! কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাহিলী পুৱাই কাজিৰঙাত প্ৰৱেশ প্ৰধানমন্ত্ৰীৰ। কঁহৰা বনাঞ্চলৰ মিহিমুখত মোদীৰ হাতী ছাফাৰী। প্ৰদুন্য নামৰ হাতীত উঠি কাজিৰঙা পৰিদৰ্শন কৰিলে PMএ। হাতী ছাফাৰীৰ পিছতে মোদীয়ে কৰিলে জীপ ছাফাৰী। মোদীৰ সৈতে ফিল্ড ডিৰেক্টৰ সোণালী ঘোষ। কাজিৰঙাৰ প্ৰথমগৰাকী মহিলা সঞ্চালক ঘোষ। ৩০ খন জীপ সাজু কৰিছিল কৰ্তৃপক্ষই। কাজিৰঙা পৰিদৰ্শন কৰি অৰুণাচললৈ ৰাওনা প্ৰধানমন্ত্ৰী।