Dimao Hasao

প্ৰসংগঃ ডিমা হাচাওৰ জীৱন কেম্প্ৰাই অপহৰণ কাণ্ড। সুদীৰ্ঘ ৭ বছৰৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰম্ভ হ'ল CBIৰ তদন্ত। দিয়াংমুখ থানাৰ 03/2016 গোচৰ CBIলৈ। ৭ বছৰৰ মূৰত অপহৰণ কাণ্ডৰ সঠিক তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে, ২০১৬ চনৰ ২৭ জানুৱাৰীত সংঘটিত হৈছিল জীৱন কেম্প্ৰাইৰ অপহৰণ কাণ্ড। জীৱন কেম্প্ৰাই সেই সময়ৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ মহেন্দ্ৰ কেম্প্ৰাইৰ জ্যেষ্ঠ ভাতৃ আছিল।