Assam Government

কেতিয়া ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ ফলাফল
সংবাদমেলযোগে ঘোষণা শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইৰ
ফলাফল ঘোষণাক লৈ একাংশই সামাজিক মাধ্যমত চলাইছিল ভুৱা প্ৰচাৰ
১০ মে’ৰ ভিতৰত ঘোষণা হ’ব HSৰ ফলাফল
ভুৱা প্ৰচাৰৰ সন্দৰ্ভত তদন্ত চলাব AHSECএ
HSৰ শীৰ্ষ স্থান সন্দৰ্ভত সিদ্ধান্ত লোৱা নাই AHSECএ
পৰীক্ষা নিয়ন্ত্ৰণ সমিতিৰে আলোচনাৰ অন্তত লোৱা হ’ব সিদ্ধান্ত!