ৰাজ্যত তিনিখনকৈ নতুন টোলগে'ট! উপ-নিৰ্বাচনৰ পিচতে ৰাইজক মাধমাৰ শোধাবলৈ সাজু চৰকাৰ....

toll tax

বিজেপি চৰকাৰৰ কৰ সংগ্ৰহৰ বাবে এতিয়া একমাত্ৰ মাধ্যম হৈ পৰিছে 'টোল টেক্স'। অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ মুল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। 

উল্লেখ্য যে, ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ পিচতেই ২০২৫ বৰ্ষৰ আৰম্ভণিত কেন্দ্ৰ-ৰাজ্য চৰকাৰে নতুন বছৰৰ উপহাৰ দিব ৰাজ্যবাসীক। উপ-নিৰ্বাচনৰ পিচতে ৰাজ্যত সাজু হৈ উঠিছে তিনিখনকৈ নতুন টোলগে'ট।

গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটি, নগাঁও জিলাৰ কলিয়াবৰৰ চুলুং আৰু বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ৰতোৱাত মুকলিৰ বাবে সাজু কৰা হৈছে এই তিনিখন নতুন টোলগে'ট। 

Category