এডভাণ্টেজ আছাম ২.০ৰ বাবেও বিশেষ পথ নিৰ্দেশনা....

ADVANTAGE ASSAM ROAD

এডভাণ্টেজ আছাম ২.০ৰ বাবেও বিশেষ পথ নিৰ্দেশনা
কইনাধৰাৰ পৰা জালুকবাৰীলৈ ন’ এছক’ৰ্ট পাইলট ভেহিকেল জ’ন
খানাপাৰা খেলপথাৰত প্ৰৱেশৰো নিৰ্দেশনা জাৰি
SAFFRON PENTAGON পাছ থকা বাহনে ৪নং গেটেৰে ভিতৰত প্ৰৱেশ কৰিব পাৰিব
৩নং গেটেৰে ওলাই আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৰখাব পাৰিব গাড়ী 
SAFFRON TRIANGLE আৰু GOLD পাছ থকাসকলে ৬নং গেটেৰে প্ৰৱেশ কৰিব পাৰিব
তেওঁলোকৰ বাহনসমূহ পশু চিকিৎসা মহাবিদ্যালয়ৰ পিছফালে ৰখাব পাৰিব
অন্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ বাহনসমূহ ৰেচম বিভাগৰ চৌহদত ৰখাব পাৰিব
চিলভাৰ, ব্ৰঞ্জ, ব্লু আৰু গ্ৰীণ পাছ থকাসকলে ৭নং গেটেৰে প্ৰৱেশ কৰিব
বাহনসমূহ ৰখাব পাৰিব খানাপাৰাৰ GMC পাৰ্কিং, ৰোহিকা গেষ্ট হাউছৰ চৌহদত
ISBT, GS ৰোডৰ আছাম একৰ্ড ফিল্ড, বেলতলা বিহুতলী, KV স্কুলতো পাৰ্কিঙৰ সুবিধা
VVIP প্ৰস্থানৰ পাছতহে অন্যান্যৰ বাবে মুকলি হ’ব ১০নং গেট

Category