Honour

গুৱাহাটী প্ৰেছ ক্লাবত বঁটা প্ৰদান অনুষ্ঠান
শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস বঁটা প্ৰদান
ডঃ হীৰেন গোহাঁইলৈ ২০২৪ৰ পৰাগ কুমাৰ দাস বঁটা
অনুষ্ঠানত অংশ সাহিত্যিক কুলদা কুমাৰ ভট্টাচাৰ্যৰ
পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ‌ৰ উদ্যোগত এই বঁটা
পৰাগ কুমাৰ দাসৰ জীৱনৰ আলোকপাত
বটা প্ৰদান অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ অপুৰ্ব কুমাৰ শৰ্মা,কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, সাংবাদিক নিত্য বৰা, হাইদৰ হুছেইনকে ধৰি পৰিয়ালৰ তৰফৰ পৰা পৰাগ কুমাৰ দাসৰ পত্নী , ভাতৃৰ লগতে পৰিয়ালৰ লোক ।