Proud moment

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল বিহু। ভূপালত প্ৰৰ্দশিত হ’ল অসমীয়াৰ গৌৰৱ বিহুনৃত্য।

পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিল নগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “সূত্ৰধাৰ”। ভূপালত ১১ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ অনুষ্ঠিত হৈ থকা সংস্কৃতি আৰু প্ৰকৃতি শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰিলে নগাঁৱৰ সূত্ৰধাৰে।