পুনৰ জনতাৰ মুৰত ৰামটাঙোন! বৃদ্ধি পালে আপুনি খোৱা চাউলমুঠিৰো দাম।

Price Hike


প্ৰতিকেজি চাউলত বৃদ্ধি পালে ১০ টকাকৈ

প্ৰতিকেজি ৰহৰ দাইলৰ দাম ৪০ টকাকৈ বৃদ্ধি

প্ৰতিকেজি মাটি মাহৰ দাইলৰ দাম ১০ টকাকৈ বৃদ্ধি

প্ৰতিলিটাৰ মিঠাতেলত বৃদ্ধি পালে ৫ টকাকৈ

প্ৰতিকিলো চেনিত বৃদ্ধি পালে ২ টকাকৈ

অভাৱনীয় হাৰত দাম বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া সাধাৰণ ৰাইজৰ

Category
Profile picture for user UB Photos