আকৌ গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যু!

Rehab Center Death

 

🔹 আকৌ গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যু

 

🔹 মৃত মহিলা গৰাকীৰ নাম গিৰিজা মেধি 

 

🔹 খাৰঘুৰিলৰ ফেইথ ফাউণ্ডেচনত মৃত্যু হৈছে মহিলা গৰাকীৰ

 

🔹 ফাউণ্ডেচন কৰ্তৃপক্ষৰ মতে মহিলা গৰাকীয়ে আত্মহত্যা কৰিছে

 

🔹 কিন্তু আৰক্ষী, পৰিয়ালৰ লোকৰ বিনা অনুপস্থিতিতে ফাউণ্ডেচন কৰ্তৃপক্ষই মৃতদেহটো ৰচি কাটি খিৰিকিৰ পৰা নমাই আনে

 

🔹 বৰ্তমানলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰা নাই মৃতদেহ

 

🔹 মহিলাগৰাকীৰ ঘৰ পাঠশালাত, ১ মাহ পূৰ্বে পৰিয়ালৰ লোকে চেন্টাৰটোলৈ আনিছিল মহিলাগৰাকীক।

Category
Profile picture for user UB Photos