গুৱাহাটীত ভাড়াতীয়াই দাৰে ঘপিয়ালে ঘৰৰ মালিকক!

guwahati murder

 

◼️ জাপৰিগোগৰ কৃষ্ণনগৰৰ বিক্ৰমপুৰত ভয়ংকৰ ঘটনা ।

 

◼️ বিক্ৰমপুৰৰ ৪৫ নম্বৰ বাসগৃহত মালিক হেমধৰ বৰুৱাক দাৰে ঘপিয়াই হত্যা ।

 

◼️ বাসগৃহটোৰ ওপৰ মহলাত তেজেৰে লুটুৰী পুতুৰী অৱস্থাত প্ৰত্যক্ষ কৰে হেমধৰ বৰুৱাৰ পত্নীয়ে।

 

◼️ ধৰণী ডেকা নামৰ ভাড়াতীয়া লোকজনে ঘপিয়ালে মালিকক।

 

◼️ বৰ্তমান সংকটজনক অৱস্থাত হেমধৰ বৰুৱাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

 

◼️ ধৰণী ডেকাৰ পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ঘৰৰ মালিক হেমধৰ বৰুৱাই। দাৰে ঘপিয়াই ধৰণী ডেকাই আত্মসমৰ্পণ কৰে দিছপুৰ থানাত।

 

◼️ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্তজনক।

Category
Profile picture for user UB Photos