সন্মুখত পৌৰ নিগমৰ নিৰ্বাচন! মহানগৰীৰ ৪২ নং ৱাৰ্ডত নাই খোৱা পানী, ষ্ট্ৰীট লাইট, বাট পথ

Guwahati

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৱাৰ্ডত জ্বলিছে ক্ষোভৰ জুই। দীৰ্ঘদিন ধৰি পথ, খোৱা পানী, নলা-নৰ্দমাৰ সমস্যা সমাধান নকৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ ভোটাৰ। আনকি একাংশ ভোটাৰে দিছে নিৰ্বাচন বৰ্জনৰো হুংকাৰ।

no water

মহানগৰীৰ দক্ষিনগাঁও গিৰিনগৰ ৪২ নং ৱাৰ্ডত নাই খোৱা পানী , ষ্ট্ৰীট লাইট , বাট পথ। গিৰিনগৰত আছে মুঠ ২৫০ ঘৰ লোক ভোটাৰৰ সংখ্যা ১১০০ ত কৈ অধিক। পুৱতি নিশাৰ পৰা এটুপি পানীৰ বাবে দীঘলীয়া শাৰী পাতে অঞ্চলবাসী।
no road

Category
Profile picture for user UB Photos