Basistha Public Problem

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৱাৰ্ডত জ্বলিছে ক্ষোভৰ জুই। দীৰ্ঘদিন ধৰি পথ, খোৱা পানী, নলা-নৰ্দমাৰ সমস্যা সমাধান নকৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ ভোটাৰ। আনকি একাংশ ভোটাৰে দিছে নিৰ্বাচন বৰ্জনৰো হুংকাৰ।

no water