
গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক'ভিডৰ আতংক।
১৪৪ শিক্ষক-কৰ্মচাৰীক ক'ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক'ভিডৰ অৱস্থিতি।
ইয়াৰে ২২ জন শিক্ষক আৰু ৮জন বিদ্যালয় খনৰ কৰ্মচাৰী।
আক্ৰান্তৰ সংখ্য়া পোহৰলৈ অহাৰ লগে লগে শিক্ষানুষ্ঠানখনক কন্টেইনমেন জ'ন ঘোষণা কৰা হয়।
Category
- Log in to post comments