গুৱাহাটী ৰে'লৱে ষ্টেচনত আৰক্ষীৰ ৫৫ কিলোগ্ৰাম 'গাঞ্জা' জব্দ!

Ganja

শেহতীয়াকৈ ৰে'ল বিভাগৰ আৰক্ষীয়ে মঙলবাৰে পুৱা গুৱাহাটী ৰে'ল ষ্টেচনত এখন ৰে'লৰ পৰা ৫৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

গুৱাহাটী-দিল্লী তেজছ এক্সপ্ৰেছৰ এ১ ডবাৰ ভিতৰত পোৱা এটা মোনাৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছসমূহ।

অৱশ্যে, ঘটনা সন্দৰ্ভত এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই কিন্তু আৰক্ষীৰ আৰু অধিক তদন্ত চলি আছে।

Category
Profile picture for user UB Photos