আই আই টি গুৱাহাটীক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা

IIT Guwahati

আই আই টি গুৱাহাটীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ। শিক্ষা প্ৰতিষ্ঠানখনত বৰ্তমানলৈকে প্ৰায় ৬০ গৰাকী শিক্ষাৰ্থী আৰু অধ্যাপক আক্ৰান্ত হৈছে কোভিডত। কামৰূপ জিলা উপায়ুক্তই ঘোষণা কৰিলে এই কথা।

পশ্চিম বংগৰ পৰা অহা IIT গুৱাহাটীৰ ইলেকট্ৰনিক বিভাগৰ অধ্যাপকৰ পৰিয়ালসহ ৮ বছৰীয়া কণমানিৰ দেহতো ধৰা পৰিছে কোভিডৰ অৱস্থিতি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অধ্যাপকসহ পৰিয়ালটো।

Category
Profile picture for user UB Photos