বিধানসভাৰ বাজেট অধিৱেশনৰ আজি নৱম দিন

assm assembly

 

প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ সদনৰ কাম-কাজ

ৰাজহ, IT, পৰিবহণ, সমবায় বিভাগক লৈ আলোচনা

সদনত উত্থাপন হ’ব ৫খনকৈ বিধেয়ক

ইয়াৰ মাজৰে চাৰিখন বেচৰকাৰী বিধেয়ক

উত্থাপন হ’ব ‘দ্য আছাম পঞ্চায়ত সংশোধনী বিল ২০২৫’

মন্ত্ৰী ৰঞ্জিত দাসে উত্থাপন কৰিব এই বিধেয়ক

উত্থাপন হ’ব ‘দ্য আছাম টিচাৰ্ছ বিল ২০২৫’

‘দ্য আছাম ইউনিভাৰ্চিটীজ এণ্ড ৱ’ৰ্ডছ বিল ২০২৫’

১০ মাৰ্চত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বিত্তীয় বাজেট

Category