
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক সাক্ষাৎ মোদীৰ
পেৰিছত অনুষ্ঠিত AI সন্মিলনত কৰিব অংশগ্ৰহণ
দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে
AI ACTION SUMMITৰ সহ অধ্যক্ষতা কৰিব ভাৰতে
সোমবাৰে নিশা ইমানুৱেল মেক্ৰৰ সৈতে প্ৰীতিভোজত অংশগ্ৰহণ
নৈশ ভোজনৰ বাবে যোৱা মোদীক আলিংগনেৰে জনালে আদৰণি
পেৰিছত প্ৰৱাসী ভাৰতীয়ই প্ৰধানমন্ত্ৰীক জনালে উষ্ম আদৰণি
Category
- Log in to post comments