পুনৰ এন*কাউ*ণ্টাৰ! আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত বাবু....

encounter

মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ
দুৰ্ধৰ্ষ বাইক চোৰলৈ লক্ষ্য কৰি বশিষ্ঠ আৰক্ষীৰ গুলী
ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত বাবু নামৰ চোৰটো
বৰ্তমান GMCHত চিকিৎসাধীন বাবু নামৰ চোৰটো
বাবু ওৰফে দিব্যজ্যোতি শইকীয়াসহ আটক ২ চোৰ
বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে অজয় সিং, দিপু টেৰণকো
মহানগৰীৰ কেইবাঠাইৰ বাইক চুৰিত জড়িত আছিল ৩ চোৰ
নিশা যোৰাবাটত গেংটোক লৈ অভিযানত গৈছিল বশিষ্ঠ আৰক্ষী   
১৩ মাইলত আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ
আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰিছিল দিব্যজ্যোতিয়ে
আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা
ঘটনাত আহত আৰক্ষীৰ এগৰাকী কনিষ্টবলো
সম্পতি GMCH ত চিকিৎসাধীন আৰক্ষী আৰু চোৰ দিব্যজ্যোতি  
চোৰৰ গেঙটোৰ পৰা ২ খন বাইক আৰু চাবি জব্দ আৰক্ষীৰ

Category