সংসদত দাখিল হ’ল বিত্তবৰ্ষ ২০২৬ৰ অৰ্থনৈতিক সমীক্ষা....

nirmala sitharaman

 

বিত্তবৰ্ষ ২০২৫-২৬ত দেশৰ GDP ৬.৩%ৰ পৰা ৬.৮% হোৱাৰ সম্ভাৱনা

২০২৪-২৫ বিত্তবৰ্ষত GST ১১% বৃদ্ধিৰে ১০.৬২ লাখ কোটি সংগ্ৰহৰ সম্ভাৱনা

২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত খুচুৰা খণ্ডৰ মূল্যবৃদ্ধিৰ হাৰ ৫.২২%লৈ অৱনমিত

২০২৪ৰ এপ্ৰিল মাহত খুচুৰা খণ্ডৰ মূল্যবৃদ্ধিৰ হাৰ আছিল ৪.৮৩%

একেটা বৰ্ষৰ অক্টোবৰ মাহত মূল্যবৃদ্ধিৰ হাৰ ৬.২১%লৈ উৰ্ধগামী হৈছিল

অহা ২টা দশকত অৰ্থনৈতিক বিকাশৰ হাৰ ৮% বাহাল ৰখাৰ লক্ষ্য

২০২৪ বিত্তীয় বৰ্ষত দেশত নিবনুৱাৰ হাৰ ৩.২%লৈ হ্ৰাস

AIৰ প্ৰভাৱৰ প্ৰত্যাহ্বান হ্ৰাস কৰাৰ লক্ষ্য

আগন্তুক ২০ বছৰত আন্তঃগাঁথনি বিকাশত গুৰুত্ব দিয়াৰ লক্ষ্য

সমীক্ষা মতে আমেৰিকাৰ বজাৰৰ প্ৰভাৱ পৰিব ভাৰতীয় বজাৰত

Category