বিশ্বৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশলৈ সাজু প্ৰয়াগৰাজ....

mahakumbh


মহাকুম্ভমেলালৈ সাজু উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ
কাইলৈৰ পৰা ত্ৰিবেণী সংগমত মহাকুম্ভমেলা
গংগা-যমুনা-সৰস্বতীৰ পৱিত্ৰ সংগমস্থলীত মহাকুম্ভ 
দেশ-বিদেশৰ কোটি কোটি ভক্তৰ আগমনৰ সম্ভাৱনা
সমগ্ৰ উত্তৰ প্ৰদেশতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা
৩৭ হাজাৰ আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়েন
মহাকুম্ভ মেলাৰ বাবে ধাৰ্য ৫ হাজাৰ কোটিৰো অধিক ধন
ডিজিটেল টিকট ব্যৱস্থা গ্ৰহণ উত্তৰ কেন্দ্ৰীয় ৰে’লৱেৰ
প্ৰয়াগৰাজ জংচন আৰু অন্যান্য স্থানত অধিক ৰে’লৱে কৰ্মী নিয়োগ
কুম্ভমেলাৰ বাবে FM ষ্টেচনো মুকলি মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ
কূটাঘাত ৰোধৰ লক্ষ্যৰে নিয়োগ NSGৰ পেৰাকামাণ্ডো
 

Category

Related Articles