হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ EXIT POLL...

HP1

 

 

কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে EXIT POLL

হাৰিয়ানাত অন্ত পৰাৰ দিশে বিজেপিৰ ১০ বছৰীয়া শাসন

হাৰিয়ানাত কংগ্ৰেছে লাভ কৰিব ৫৫ৰ পৰা ৬২খন আসন

ৰাজ্যখনত বিজেপিক EXIT POLLএ দিছে ১৮ৰ পৰা ২২খন আসন

৯০জনীয়া হাৰিয়ানা বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৪৬খন আসন

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ EXIT POLL প্ৰকাশ বিভিন্ন সংস্থাৰ

জম্মু-কাশ্মীৰৰ পৰা বিশেষ সুখবৰ নাই বিজেপিৰ প্ৰতি

কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে লাভ কৰিব ৪০খন আসন

জম্মু-কাশ্মীৰত ২৯খন আসন দিয়া হৈছে বিজেপিক

PDP আৰু অন্যান্যক দিয়া হৈছে ২০খন আসন

 

Category