অৱশেষত গঠন হ’ল AAPৰ ৰাজ্যিক কমিটী, ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত নতুন কমিটী গঠন....

AAP

অৱশেষত গঠন হ’ল AAPৰ ৰাজ্যিক কমিটী
ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত নতুন কমিটী গঠন
নতুন কমিটীত আছে ৩৪জন বিষয়ববীয়া
সাঃ সম্পাদক (প্ৰশাসন)ৰ দায়িত্বত ৰাজীৱ শইকীয়া
উপ-সভাপতি পদত মামুন ইমদাদুল হক চৌধুৰী
উপ-সভাপতি পদত অনুৰূপা ডেকাৰজা, পুনম গগৈ
মিডিয়া সমন্বয়কৰ দায়িত্বত গুৰপ্ৰীত সিং উপ্পল 
গুৰুত্বপূৰ্ণ পদত ভিক্টৰ গগৈ, সৌমিক সেনগুপ্ত, ৰুদ্ৰাংকুৰ হাজৰিকা 
GHMCৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমক ৰাজ্যিক মহিলা বিভাগৰ দায়িত্ব
গৱেষণা আৰু বিশ্লেষণ বিভাগৰ দায়িত্বত লক্ষ্মীকান্ত ডুবে

Category