কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ...

jammu

 

আজি ৭ জিলাৰ ২৪ বিধানসভা সমষ্টিত ভোটগ্ৰহণ

২৪ বিধানসভা সমষ্টিত মুঠ ২৩.২৭ লাখ ভোটদাতাই কৰিব ভোটদান

২৪ বিধানসভা সমষ্টিৰ ৮ সমষ্টি জম্মু ডিভিজন, ১৬ সমষ্টি কাশ্মীৰ ডিভিজনৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা মুঠ ২১৯ প্ৰাৰ্থীৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ জীয়ৰী ইল্টিজা

জম্মু-কাশ্মীৰৰ মুঠ ৯০ বিধানসভা সমষ্টিত ৩টা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায় আৰু ১ অক্টোৰত তৃতীয় পৰ্যায়ত হ’ব ভোটগ্ৰহণ

সুদীৰ্ঘ ১০ বছৰ পিছত অনুষ্ঠিত হৈছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন

Category