GMCHত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বুজ ল’লে বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ...

akhil gogoi

 

 

 

চাৰিদিন ধৰি GMCHত চিকিৎসাধীন অখিল গগৈ

শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল বিধায়কগৰাকীয়ে

চিকিৎসকৰ সৈতেও বাৰ্তালাপ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

দুই-তিনিদিনৰ ভিতৰত ৰিলিজ দিয়া হ’ব অখিল গগৈক

ৰাজ্যৰ বাহিৰত চিকিৎসাৰ প্ৰয়োজন নাই

ভূমি সংশোধনী আইনক লৈও মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মাজুলী আৰু নতুন ভূমি আইনক লৈ মন্তব্য

Category