"মিঞাক অসম ল’ব নিদিও" অসম বিধানসভাত স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ....

Himanta Biswa Sarma

অসম বিধানসভা অধিৱেশনৰ আজি দ্বিতীয় দিন 

সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি

মিঞাক অসম দখল কৰিবলৈ দিয়া নহ

সদনত ঘোষণা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

উজনিলৈ যোৱা মিঞাকো মুখ্যমন্ত্ৰীৰ সকীয়নি

মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছতে উত্তাল সদন

উজনিত মিঞাৰ প্ৰসংগক লৈ দিছিল বিবৃতি

মুখ্যমন্ত্ৰীৰ ভাষণত বাধা বিৰোধী বিধায়কৰ

বিৰোধী বিধায়কৰ দ্বাৰা সদনত হুলস্থূল

কঠোৰ বাক্যবাণেৰে বিৰোধীক তুলাধূনা মুখ্যমন্ত্ৰীৰ

মিঞাক অসম ল’ব নিদিও বুলি স্পষ্ট মন্তব্য

বিৰোধীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

Category