
ভূমিস্খলনত নিহত শিশুসহ ৮ জনকৈ লোক
গুৰুতৰভাৱে আহত ১৬ জন লোক
আহত আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ
ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰিছে বহুলোক
যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৪ শতাধিক পৰিয়ালৰ
আৱদ্ধ লোকক উদ্ধাৰৰ প্ৰচেষ্টা উদ্ধাৰকাৰী দলৰ
হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত
বান-ভূমিস্খলনে ভাঙি নিলে এখন দলং
ভূমিস্খলনৰ লগতে ৱায়নাড়ত প্ৰৱল বৃষ্টিপাত
Category
- Log in to post comments