পিতৃ-মাতৃ বন্দনা আৰু চৰকাৰী বন্ধ প্ৰসংগত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অতুল বৰাৰ.....

atul bora

মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ এখন পত্ৰ
পিতৃ-মাতৃ বন্দনা আৰু চৰকাৰী বন্ধ প্ৰসংগ
পিতৃ-মাতৃ বন্দনাৰ বাবে সুকীয়াকৈ দুটা দিন
‘দুটা দিন বন্ধ দিয়াৰ কথাটো সমৰ্থন দিয়াটো গ্ৰহণযোগ্য নহয়’
জাৰকালীন বন্ধ দিয়াৰ ব্যৱস্থা কৰাৰ অনুৰোধ
ডিচেম্বৰত জাৰকালীন বন্ধ দিয়াৰ অনুৰোধ বৰাৰ
২১ৰ পৰা ৩০ ডিচেম্বৰলৈ জাৰকালীন বন্ধ দিয়াৰ অনুৰোধ
একেখন চিঠিতেই আন এক বিস্ফোৰক অভিযোগ বিধায়কগৰাকীৰ
এগৰাকী IAS বিষয়াৰ চিকিৎসক কন্যাৰ সন্দৰ্ভত অভিযোগ
এবছৰীয়া RURAL পোষ্টিঙৰ কাম কৰাৰ বিপৰীতে ২ মাহতে বদলি
২ মাহ কাম কৰিয়ে GMCHত যোগদান কৰাৰ কথা উল্লেখ
বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান বিধায়ক অতুল বৰাৰ

Category