আজি গুৱাহাটীত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰা....

Rath Yatra

 

ৰথ যাত্ৰা উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

বিয়লি ২ বজাৰ পৰা এই বিশেষ পথ নিৰ্দেশনা

যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে পথ নিৰ্দেশনা

ৰথ যাত্ৰা হ’বলগা পথেৰে এৰাই চলক যাতায়াত

GS ৰোড, RP ৰোড, কাহিলিপাৰা ৰোড, MRD ৰোড

AT ৰোড, মাদাৰ টেৰেছা ৰোড, ৰিফাইনেৰী ৰোড

B K কাকতি ৰোড, AK আজাদ ৰোড, MCৰোডত নিৰ্দেশনা

BG ৰোড, MD শ্বাহ ৰোড, SJ ৰোডতো নিৰ্দেশনা

ৰথ যাত্ৰা উপলক্ষে কেইবাটাও পথত তীব্ৰ যান-জঁটৰ সম্ভাৱনা

Category