কাজিৰঙাত বানৰ ভয়ংকৰ ৰূপ, কাজিৰঙাৰ মুঠ ২২৩টা শিবিৰৰ ৬১টা পানীৰ তলত...

kaziranga

 

নিশাৰ ভিতৰতে প্লাৱিত বোকাখাতৰ বহু অঞ্চল

কাজিৰঙাৰ মুঠ ২২৩টা শিবিৰৰ ৬১টা পানীৰ তলত

বিশ্বনাথ, বুঢ়াপাহাৰ, অগৰাতলী, বাগৰি অঞ্চলত বান

আগন্তুক ২৪ ঘণ্টাত কাজিৰঙাত পানী বৃদ্ধিৰ সম্ভাৱনা

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষৰ তৎপৰতা

বাণিজ্যিক যান-বাহনৰ ক্ষেত্ৰত কঠোৰ কৰ্তৃপক্ষ

ব্যক্তিগত আৰু স্থানীয় বাহনৰ ক্ষেত্ৰত কিছু শিথিলতা

বন্যপ্ৰাণী উদ্ধাৰত ব্যস্ত SDRF, আৰক্ষী-প্ৰশাসন

Category