প্ৰথমবাৰৰ বাবে T20 ‍বিশ্বকাপৰ ছেমিত আফগানিস্তান, বাংলাদেশক পৰাস্ত কৰি ছেমিত প্ৰৱেশ.....

t20

T20 বিশ্বকাপ ক্ৰিকেটত ইতিহাস আফগানিস্তানৰ
প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত আফগানিস্তান
বাংলাদেশক পৰাস্ত কৰি ছেমিত প্ৰৱেশ
শ্বাসৰুদ্ধকৰ মেচত শেষ হাঁহি মাৰিলে ৰছিদ খানৰ দলে
ৰাছিদ খান, নবিবুল হকৰ বলিং বিক্ৰমত ধৰাশায়ী বাংলাদেশ
বিশ্বকাপৰ পৰা বাহিৰ ডিফেণ্ডিং ছেম্পিয়ন অষ্ট্ৰেলিয়া 

Category