T20 বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত, ২৪ ৰানত অষ্ট্ৰেলিয়াক পৰাস্ত মেন ইন ব্লুৰ.....

t20

T20 বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত
SUPER 8ৰ অন্তিমখন মেচত জয়ী ভাৰত
অষ্ট্ৰেলিয়াক হৰুৱাই ছেমি ফাইনেলত টীম ইণ্ডিয়া
২৪ ৰানত অষ্ট্ৰেলিয়াক পৰাস্ত মেন ইন ব্লুৰ
প্ৰথমে বেটিং কৰি ভাৰতে অষ্ট্ৰেলিয়াক বান্ধি দিছিল ২০৬ ৰানৰ লক্ষ্য
নিৰ্ধাৰিত অ’ভাৰত ৭ উইকেটৰ বিনিময়ত ১৮১ ৰান সংগ্ৰহ অষ্ট্ৰেলিয়াৰ
ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই সংগ্ৰহ কৰে ৪১ বলত ৯২ ৰান
ৰোহিত শৰ্মাৰ ইনিংছটো আছিল ৭টা চাৰি, ৮টা ছয়

Category