অধিৱেশনৰ আৰম্ভণিতে প্ৰতিবাদমুখৰ বিৰোধী! হাতত সংবিধানৰ প্ৰতিলিপি লৈ প্ৰতিবাদ....

Protest

অধিৱেশনৰ আৰম্ভণিতে প্ৰতিবাদমুখৰ বিৰোধী
সংসদৰ বাহিৰত বিৰোধী সাংসদৰ প্ৰতিবাদ
হাতত সংবিধানৰ প্ৰতিলিপি লৈ প্ৰতিবাদ 
সংবিধান সুৰক্ষাৰ দাবী প্ৰতিবাদ বিৰোধীৰ
প্ৰ’টেম অধ্যক্ষৰ নিৰ্বাচন সন্দৰ্ভতো প্ৰশ্ন উত্থাপন 
অধিৱেশনৰ পূৰ্বে কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
জৰুৰীকালীন অৱস্থাৰ প্ৰসংগকলৈ সমালোচনা কংগ্ৰেছক

Category