স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বৰ পিছতে GMCHত মুখ্যমন্ত্ৰীৰ প্ৰথমখন বৈঠক....

GMCH

GMCHত মুখ্যমন্ত্ৰীৰ সংবাদমেল
স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছতে GMCHত মুখ্যমন্ত্ৰী
কনফাৰেন্স হলত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ
GMCHৰ কেইবাটাও প্ৰকল্পক লৈ আলোচনা
বৈঠকত অংশগ্ৰহণ GMCHৰ অধ্যক্ষৰ
উপস্থিত চিকিৎসকৰ লগতে চিকিৎসা কৰ্মী
চিকিৎসালয়খনৰ সফলতা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ
চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজক লৈ পৰ্যালোচনা
‘ৰোগীয়ে ইচ্ছা অনুসৰি কৰিব পাৰিব অংগদান’
IVF চিকিৎসাৰ জৰিয়তে গৰ্ভৱতী হৈছে ৮গৰাকী মহিলা
ভৱিষ্যতে GMCHত লিভাৰ সংৰোপনৰ লক্ষ্য

Category