মৰ্মান্তিক! আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়াৰ....

assam news

আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়াৰ
চিকিৎসালয়ৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে নশ্বৰদেহ
উলুবাৰীস্থিত APRO কাৰ্যালয়ত শেষ শ্ৰদ্ধা বিষয়াজনলৈ
ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব অন্তিম সৎকাৰ
নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ব শিলাদিত্যৰ নশ্বৰদেহ
পত্নীৰ শোকত চৰম সিদ্ধান্ত লৈছিল বিষয়াগৰাকীয়ে

Category