শনিবাৰৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা...

kamkhaya

অম্বুবাচীক লৈ উখল-মাখল নীলাচল পাহাৰ

অম্বুবাচী মেলাৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰস্তুতি

নীলাচলত তৎপৰ ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসন

২৬ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ

২৬ জুনত নিত্য পূজাৰ পিছতে খোল খাব দুৱাৰ

মন্দিৰ প্ৰাংগণত সংস্থাপন কৰা হ CCTV

নীলাচলত মোতায়েন কৰা হব সহস্ৰাধিক আৰক্ষী

কামাখ্যাধামত ভিৰ দেশী-বিদেশী ভক্তৰ

দূৰণিৰ ভক্তৰ বাবে থাকিব থকাৰ সুব্যৱস্থা!

Category