ভয়ংকৰ ভূমিস্খলন! প্ৰাকৃতিক দুৰ্যোগত নিহত ৬ জনকৈ লোক, সন্ধানহীন আন ৬ গৰাকী ব্যক্তি.....

sikkim

ছিকিমত ভয়ংকৰ ভূমিস্খলন
প্ৰাকৃতিক দুৰ্যোগত নিহত ৬ জনকৈ লোক
এতিয়াও সন্ধান নাই আন ৬ গৰাকীকৈ ব্যক্তিৰ
ছিকিমত আবদ্ধ হৈ আছে প্ৰায় ১৫০০ পৰ্যটক
বান-ভূমিস্খলনত তচনচ ছিকিমৰ ৰাজপথ
বহু স্থানত সম্পূৰ্ণৰূপে ব্যাহত যোগাযোগ


বিগত তিনিদিন ধৰি ছিকিমত নেৰানেপেৰা বৰষুণ। উত্তৰ ছিকিমৰ বহু এলেকাত কেইবাটাও ভূমিস্খলনৰ ঘটনা। নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে অভাৱনীয় বান পৰিস্থিতিৰ। উদ্ধাৰ অভিযানত নিয়োজিত হৈছে NDRFৰ দল। দক্ষিণ ছিকিমত ভয়াৱহ ৰূপত ওফন্দি উঠিছে তিষ্টা নদী। 
 

Category