আজি বিশ্ব ফেটি লিভাৰ দিৱস! মহানগৰীত Run For Your Liver শীৰ্ষক সজাগতামূলক কাৰ্যসূচী.....

World Fatty liver Day

আজি বিশ্ব ফেটি লিভাৰ দিৱস
ফেটি লিভাৰ দিৱস উপলক্ষে Run For Your Liver শীৰ্ষক সজাগতামূলক কাৰ্যসূচী
ফেটি লিভাৰ ৰোগৰ অধিক সজাগতা আৰু প্ৰতিৰোধৰ বাবে এক ৰেলী
লতাশিল খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এই সজাগতামূলক ৰেলী
ৰেলীৰ ফ্লেগ অফ কৰে স্বাহ্যমন্ত্ৰী কেশৱ মহন্তই

World Fatty liver Day


ৰেলীত অংশগ্ৰহণ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক লোক 
নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ উদ্যোগত আয়োজন এই কাৰ্যসূচী
অনুষ্ঠানত উপস্থিত প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্ত, মৰিগাঁও জিলাৰ আয়ুক্ত দেবাশিষ শৰ্মা, GMCH অধ্যক্ষ অচ্যুত বৈশ্য, আছুৰ উপদেষ্টা সমূজ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে

Category