ৰিজাৰ্ভ ক্ল’জ! আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল’জ কৰিলে সুস্মিতা বৰাক, কিন্তু কিয়?.....

Assam Police

বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ
আৰক্ষী বিষয়া সুস্মিতা বৰাক ৰিজাৰ্ভ ক্ল’জ
লকআপত হোৱা আত্মহত্যাৰ ঘটনাৰ পিছতে শাস্তিমূলক ব্যৱস্থা
আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল’জ কৰিলে সুস্মিতা বৰাক
আৰক্ষী চকীত আত্মহত্যা কৰিছিল লুটফুৰ ৰহমান নামৰ অভিযুক্তই

চুৰিৰ গোচৰত অভিযুক্ত লুটফৰ ৰহমান নামৰ যুৱক এজনে মঙলবাৰে আৰক্ষী চকীৰ ভিতৰতে কৰিছিল আত্মহত্যা৷ মঙলবাৰে মন্দিয়াৰ সত্ৰকনৰাত গ্ৰাহক সেৱা কেন্দ্ৰ এটাত ধন চুৰিৰ অভিযোগত আটকা হৈছিল লুটফৰ ৰহমান ৷ ঘটনাক কেন্দ্ৰ কৰি মন্দিয়া আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছিল স্থানীয় ৰাইজে ৷
 

Category
Profile picture for user UB Photos