মঙলদৈত জুবিনৰ সংগীতানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি
একাংশ উদণ্ড যুৱকক আৰক্ষীৰ লাঠীচালনা
কৰ্তব্যৰত নিৰাপত্তাৰক্ষীলৈ নিক্ষেপ কৰিছিল শিলগুটি
মঞ্চলৈও শিলগুটি নিক্ষেপ উদণ্ড যুৱকৰ দলৰ
আৰক্ষীৰ লাঠীচালনাত গুৰুতৰভাৱে আহত এজন
আহতক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি
মঞ্চত জুবিনৰ কণ্ঠত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত
ভেবাৰঘাট বিহু সন্মিলনীৰ অনুষ্ঠানত এই ঘটনা
উল্লেখ্য যে, বৃহস্পতিবাৰে সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীত অংগৰাগ পাপন মহন্তৰ সংগীতানুস্থানতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷
Category
- Log in to post comments