Mangaldoi

মঙলদৈত জুবিনৰ সংগীতানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি
একাংশ উদণ্ড যুৱকক আৰক্ষীৰ লাঠীচালনা
কৰ্তব্যৰত নিৰাপত্তাৰক্ষীলৈ নিক্ষেপ কৰিছিল শিলগুটি
মঞ্চলৈও শিলগুটি নিক্ষেপ উদণ্ড যুৱকৰ দলৰ


আৰক্ষীৰ লাঠীচালনাত গুৰুতৰভাৱে আহত এজন
আহতক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি
মঞ্চত জুবিনৰ কণ্ঠত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত
ভেবাৰঘাট বিহু সন্মিলনীৰ অনুষ্ঠানত এই ঘটনা


উল্লেখ্য যে, বৃহস্পতিবাৰে সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীত অংগৰাগ পাপন মহন্তৰ সংগীতানুস্থানতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷