অসমীয়াতে ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা PMৰ! প্ৰধানমন্ত্ৰীৰ মুখত অসমীয়া ফকৰা যোজনা..........

modi

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী
নলবাৰীত প্ৰধানমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা
নলবাৰীৰ বৰকুৰাত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা
বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ
অসমীয়াতে ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা PMৰ
মা কামাখ্যা, মা কালী, হৰিমন্দিৰ, বিল্বেশ্বৰ দেৱালয়ক স্মৰণ


পৱিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জনালে মোদীয়ে
ৰাম মন্দিৰত আজি পালন কৰা হ’ব ৰাম নৱমী
ৰাম নৱমীত ৫০০ বছৰ পিছত ৰাম মন্দিৰলৈ আহিছে
ম’বাইলৰ ফ্লাচ জ্বলাই ৰামচন্দ্ৰক প্ৰণামৰ আহ্বান PMৰ
জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হ’ব নলবাৰী
৪ জুনত ৪০০ পাৰ কৰাৰ লক্ষ্য বিজেপিৰ
‘দেশত আকৌ এবাৰ মোদী চৰকাৰ’
‘এইবাৰ মোদী গেৰাণ্টী লৈ অসমলৈ আহিছো’


অহা ৫ বছৰত নিৰ্মাণ হ’ব দৰিদ্ৰৰ বাবে ৩ কোটি নতুন গৃহ
প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেচন
‘৭০ বছৰ উৰ্ধৰ পিতৃ-মাতৃৰ চিকিৎসাৰ দায়িত্ব মোদীৰ’
‘চিকিৎসাৰ ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই’
বিজুলীৰ বিল জিৰ’ হ’বলৈ কৰা হৈছে ছলাৰ প্লেন
৩ কোটি মহিলাক বনোৱা হ’ব লাখপতি বাইদেউ


প্ৰধানমন্ত্ৰীৰ ভাষণত তিনি তালাক প্ৰসংগ
মুছলিম মহিলাক তিনি তালাকৰ পৰা মুক্তি দিলো
খাৰখোৱা অসমীয়া প্ৰসংগ প্ৰধানমন্ত্ৰীৰ মুখত
আপোনালোকৰ আশা মোৰ সংকল্প
অসমত চলি আছে ছেমি কণ্ডাক্টৰৰ কাম


প্ৰধানমন্ত্ৰীৰ মুখত অসমীয়া ফকৰা যোজনা
‘ৰাইজে নখ জোকাৰিলে নৈ বয়’
উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
সভাত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা
উপস্থিত অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত
উপস্থিত UPPLৰ সভাপতি প্ৰমোদ বড়ো
লগতে উপস্থিত কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক
 

Category
Profile picture for user UB Photos