আজি গৰু বিহু, গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ, শদিয়াৰ পৰা ধুবুৰীলৈ উখল মাখল পৰিৱেশ

goru

আজি গৰু বিহু
ৰাজ্যজুৰি গৰু বিহুৰ উছাহ-উদ্দীপনা
লাও-বেঙেনা খুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা চহা অসমীয়াৰ
পুৱাতেই মাহ-হালধিৰে গৰুক নোৱালে-ধুৱালে
ৰাজ্যজুৰি ৰঙালী বিহুৰ ব্যাপক উছাহ
কুলি কেতেকীৰ মাতেৰে প্ৰাণচঞ্চলা প্ৰকৃতি
ঢোল-পেঁপাৰ মাতত উখল-মাখল অসমীয়াৰ মন!
 

Category
Profile picture for user UB Photos