Assamese Bihu

আজি পহিলা ব’হাগ, মানুহ বিহু

অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন

ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা

আজি জ্যেষ্ঠজনক সেৱা জনায় কনিষ্ঠসকলে

বিহুৱানো আদান-প্ৰদান কৰা হয় আজিৰ দিনটোতে

বছৰটোৰ মংগল কামনাৰে মঠ-মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ

পুৱাতেই স্নান কৰি নেদেখাজনৰ ওচৰত ল’লে সেৱা

আগন্তুক বছৰটোত অসূয়া-অপ্ৰীতি দূৰ হোৱাৰ কামনা

ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌপাশ

বিহু গাই আনন্দত মতলীয়া ৰাজ্যবাসী