উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো IVF চেণ্টাৰ GMCHত! পোনপ্ৰথমবাৰৰ বাবে IVF সম্পন্ন GMCHত........

ivf

পোনপ্ৰথমবাৰৰ বাবে IVF সম্পন্ন GMCHত
IVFযোগে কন্যা সন্তান জন্ম GMCHত
২৭ মাৰ্চত জন্ম পালে কন্যা সন্তানটি
সংবাদমেলযোগে ঘোষণা GMCHৰ অধ্যক্ষৰ
GMCHৰ অধ্যক্ষ ডাঃ অশ্চ্যুত বৈশ্যৰ এই সংবাদমেল
সংবাদমেলত অংশগ্রহণ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ
২.৬ KGৰ কন্যা সন্তানতো জন্ম হৈছে GMCHত
এতিয়াৰে পৰা IVF সম্পন্ন কৰিব পাৰিব GMCHত
৭০ হাজাৰ ব্যয়ৰে GMCHত IVF সম্পন্ন কৰিব পাৰিব
বৰ্তমানলৈ ৫ গৰাকী মহিলাৰ IVFৰ প্ৰক্ৰিয়া চলি আছে
বাহিৰৰ হাস্পতালত কৰিবলৈ ব্যয় হয় ৫-৬ লাখ টকা 
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো IVF চেণ্টাৰ GMCHত
সপ্তাহৰ বুধবাৰ, শুক্ৰবাৰে IVF চিকিৎসা চলিব GMCHত 

Category
Profile picture for user UB Photos