দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ আশংকা
কেজৰিৱালৰ বাসগৃহতো চলিব পাৰে EDৰ অভিযান
আপ নেত্ৰী অতিশীৰ টুইটযোগে এই আশংকা
আপ নেতা সৌৰভ ভৰদ্বাজেও কৰিলে আশংকা প্ৰকাশ
কেজৰিৱালক গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰৰ অভিযোগ আপ নেতাৰ
তৃতীয়বাৰলৈ EDৰ চমন প্ৰত্যাখান কৰিছিল কেজৰিৱালে
বুধবাৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল EDয়ে
EDৰ নিৰ্দেশৰ পিছতো হাজিৰ হোৱা নাছিল কেজৰিৱাল
EDৰ চমনক লৈ সংবাদ বাৰ্তা মুখ্যমন্ত্ৰী কেজৰিৱালৰ
Category
- Log in to post comments