বছৰটোৰ অন্তিম ক্ষণত অসমবাসীৰ বাবে এক সুখবৰ! আলোচনাপন্থী আলফাৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি..........

delhi

বছৰটোৰ অন্তিম ক্ষণত অসমবাসীৰ বাবে এক সুখবৰ
আলোচনাপন্থী আলফাৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি
গৃহ মন্ত্ৰালয়ত উপস্থিত চুক্তি স্বাক্ষৰকাৰী আলফা নেতৃত্ব
চুক্তি স্বাক্ষৰ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ
ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
বিয়লি ৪ বজাতে গৃহ মন্ত্ৰালয়ত উপস্থিত আলফা নেতৃত্ব
বৈঠকত অংশগ্ৰহণ আলফাৰ ১৬ জনীয়া দলৰ
চুক্তি স্বাক্ষৰত উপস্থিত কেন্দ্ৰীয় গৃহ সচিব, IB-NIAৰ মুৰব্বী
ৰাজ্য চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব মুখ্য সচিব পৱন বৰঠাকুৰে
বৈঠকলৈ আমন্ত্ৰণ জনাইছিল ১১টাকৈ সংগঠনৰ প্ৰতিনিধিক
প্ৰস্তাৱিত চুক্তিক লৈ ৰাজ্যত ব্যাপক চৰ্চা

Category
Profile picture for user UB Photos