
গুৱাহাটীৰ গান্ধীবস্তিত CM VIGILANCEৰ অভিযান
অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ গৃহত অভিযান
অৱসৰপ্ৰাপ্ত অভিযন্তা চামেদ আলীৰ বাসগৃহত অভিযান
আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান CMVৰ
বৰাকৰ এজন বিধায়কে তৰিছিল গোচৰ
নামে-বেনামে বিশাল সম্পত্তি গঢ়াৰ অভিযোগ
সৰুমটৰীয়া,জোনালীতো আছে বৃহৎ মাটি-সম্পত্তি
কৰিমগঞ্জত দীৰ্ঘ সময় ধৰি কাম কৰিছিল চামেদ আলীয়ে
২০২২ বৰ্ষত কৰিমগঞ্জৰ পৰাই লৈছিল অৱসৰ
গড়কাপ্তানী বিভাগৰ পথ নিৰ্মাণ বিভাগৰ দায়িত্বত আছিল
কৰিমগঞ্জত থাকোতে নামে-বেনামে ঘটিছিল সম্পত্তি
চামেদ আলীৰ গান্ধী বস্তিৰ এই অঞ্চলত আছে দুটাকৈ অট্টালিকা
দুয়োটা অট্টালিকাতে চলিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান
- Log in to post comments