পঞ্চম দিনাও অব্যাহত ‘নোট গন্তী’, এতিয়াও হিচাপ কৰি শেষ হোৱা নাই জব্দকৃত ক’লা ধনৰ.........

Corruption

পঞ্চম দিনাও অব্যাহত ‘নোট গন্তী’

এতিয়াও হিচাপ কৰি শেষ হোৱা নাই জব্দকৃত ক’লা ধনৰ

৩৫০ কোটি টকাৰো অধিক ধনৰ হিচাপ চতুৰ্থ দিনৰ অন্তত

অনায়াসে ৪০০-৫০০ কোটি টকাৰ সীমা পাৰ কৰিব ক’লা ধনে

ভাগৰি পৰিছে আয়কৰ বিভাগৰ কৰ্মচাৰী-মেচিন!

শ’লঠেকত পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব

সাংসদ ধীৰাজ কুমাৰ চাহুক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ দলৰ

ছ’চিয়েল মিডিয়াত TRENDING হৈছে #corruptionkidukan

ধীৰাজ চাহুৰ পুৰণি টুইটো ভাইৰেল

২০২২ চনত ক’লা ধনক লৈ টুইট কৰিছিল ধীৰাজ চাহুৱে

কেনেকৈ ক’লা ধন আৰ্জিব পাৰি বুলি টুইটত প্ৰশ্ন চাহুৰ?

Category
Profile picture for user UB Photos